Trying to jot down the colloqual Assamese words and phrases specific to the region of Barpeta in Assam, so that with the fast changing speaking habits doesn't erase them forever. This words and phrases are a part of our living tradition and defines our identity.
বাইহ্ৰাৰ - Barixa - relates to rainy or monsoon season
আংলি - Anguli - finger
নুন ---------- ------নিমখ - Salt
বাগৰা-বাগৰি --- বগৰা-বগৰি
মদ্দাৰ -------------- ডেকা মানুহৰ - Young
নৰু ----------------- নোৱাৰো - can not
মস্ত ----------------- খুব - very
থেথ্ লে ----------- ঠেতেলা কৰা - mash it up
দল দইলা -------- লহপহিয়া - well grown
পল্লাক ------------- পৰিল - to fall
বাপা ---------------- বোপাই - a way to address a man, specially younger
অলে --------------- ওলাই - to come out
ভক্ লা ------------ ভোকোলা -
ভেলটা ------------ চকু ঠিয় কৰি -
কেথেন_কেতিয়া
ইথেন__এতিয়া
আঙ গাখীৰ __এৱা গাখীৰ
বোল্লি মাছ _বৰালি মাছ
গৰেমাছ _ গৰৈমাছ
কএমাছ_কাৱৈ মাছ
মাল্লি __মাৰলি
চৈতান _চয়তান
তাহু __সিহঁত
অাহুন _ইহঁত
এতে __ইয়াতে
দুইখা _দুখীয়া
মাদা - শকত
নাজঙ__নাযাও
নাখঙ__নাখাও
লান্দ ------ কুৱা,
ধামা ------ বাল্টি ।
পাইখেন্দা - Latrine
Thuga - Dhunia - Beautiful
দগৰি...পৰিমানতকৈ বেছি - excessive
চেৰে.....ঘনাই পায়খানা কৰা - dysentary
কল্লাক-কৰিল
চাইনা- সৰু পোৱালি
বুলি বুলি-খোজ কাঢ়ি।
নাপ্পে- নাপায়
Paailat - Karahi - Cooking Pan
কনপৰা, শগ্নেখাৱা, তেলত জুই লাগা, ভিঠাত দুব্ৰি গাজা, ভিঠাচন হৱা, মৰঙে মাৰা, ঐ চালা, কুকৰোৰ পুতেক, হাৰিত খাইতী, মৰঙে মাৰা,শগণে খাৱা, ধুইমা,তেলত জূই লাগা, লালেৰ মুৰা খাৱা
মৰড = মতা মানুহ, গিৰিয়েক - Husband
আকাল কাইলা - আপুৰুগীয়া,
অপৎ চমৎকৰে - অকস্মাতে
থেঙা - Trousers
Mohori - Mosquito Net
Korosh - Big spoon
Bagar - to sleep
পিপাৰ - পৰুৱা - Ants
Potnisora, তেলপকা - পইতাচোঁৰা - Cockroach
নাং খুত্তা = সৰু খুৰা - Youngest Uncle
নমলা =একেবাৰে শেষৰ টো - Youngest One
আগাৰি-আগতে, ইচনি- এতিয়া,আজিকালি
কেচেখাইটি-দহিকতৰা, কুপ্তি--কপৌ
গোলি _গোহালি
ভাখৰি _ভড়াল
ফটা _ফোঁট
জাবাৰ _জাবৰ
হাউলাগৰু _হালোৱাগৰু
কাকা _দাদা
বৰহ _বৰশী
বাইজ _বজোৱা
ভৌকা মাছ _ভকুৱামাছ
কুইচা_কুচিয়া
বিচ্নী_বিচনি
কপ্তি _কপৌ
খানাক মান...অকন মান , ঠুইতাত নাজবি..,.ছাইদত নাজবি
হাকা দাকা---ফটাফট সোনকালে ভনাভন
আতা আবু =ককা আইতা
ভাটাৰ = গিৰিয়েক আৰবছৰা = যোৱাবছৰ আপি = ছোৱালী আপা= ল'ৰা
ফাচা----------- বেগ
মাইচা ----------- চকী
বোঠি -------- মৈদা
ভকলে থাকা=মুখ ফিকাই থকা
নাউমেন= অকমান
ফিৰি আহ= ঘুৰি আহ
আদ্ৰা - side
বৈদ্য ডাঙাৰ- বহুত ডাঙৰ
একমাখা- বহুখিনি
পাইলা- কেৰাহি
মনা, ফাচা- বেগ
জমনি- ধেমালি
ভেকলী- ভেকুলী
খৌহা ভেকলী- চুক ভেকুলী
কাকৰা- কেঁকোৰা
bhijse/jikse - titise - to be wet
ghatse - harise